الخميس، 21 مارس 2019

ছালাতুল মুমিন, তাকবীৰৰ পৰ তাছলীমলৈ ছালাতৰ নিয়ম-পদ্ধতিৰ বিৱৰণ - অসমীয়া - ছাঈদ বিন আলী বিন অহাফ আল কাহতানী

ছালাতুল মুমিন, তাকবীৰৰ পৰ তাছলীমলৈ ছালাতৰ নিয়ম-পদ্ধতিৰ বিৱৰণ - অসমীয়া - ছাঈদ বিন আলী বিন অহাফ আল কাহতানী: ছালাত আদায়ৰ পদ্ধতি: লেখকে এই পুথি সম্পৰ্কে কৈছে: “এই পুথিত মই তাকবীৰৰ পৰা আৰম্ভ কৰি ছালাম পৰ্যন্ত ছালাত আদায়ৰ সঠিক পদ্ধতি সংক্ষিপ্তভাৱে কোৰআন আৰু হাদিছৰ আলোকত বৰ্ণনা কৰিছো”।

ليست هناك تعليقات:

إرسال تعليق