الخميس، 21 مارس 2019

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম আৰু মৃত্যুৰ তাৰিখ সম্পৰ্কে আলিমসকলৰ একাধিক অভিমত আৰু অগ্ৰগণ্য মতৰ উল্লেখ - অসমীয়া - ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম আৰু মৃত্যুৰ তাৰিখ সম্পৰ্কে আলিমসকলৰ একাধিক অভিমত আৰু অগ্ৰগণ্য মতৰ উল্লেখ - অসমীয়া - ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট: নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম আৰু মৃত্যুৰ তাৰিখ সম্পৰ্কে আলিমসকলৰ মাজত একাধিক অভিমত পোৱা যায়। সেয়ে এই ফতোৱাটোত সেই সকলো মত উল্লেখ কৰি অগ্ৰগণ্য মত পোষণ কৰা হৈছে।

ليست هناك تعليقات:

إرسال تعليق